language large_stringclasses 24
values | code large_stringclasses 24
values | text large_stringlengths 3 582k |
|---|---|---|
Assamese | as | ঘটনাৰ বিৱৰণি মতে বোকাকাতৰ কৈলাখাতত নিয়মিতভাৱে বহা জুৱাৰ আড্ডাত শুকুৰবাৰে অৰ্থাৎ ১৯ এপ্ৰিলৰ নিশা প্ৰাক্তন সেনা জোৱানজনে গুলী ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰে। বোকাখাতৰ কৈলাখাতত নিয়মিতভাৱে বহা এই জুৱাৰ থলীত জুৱাৰীৰ পৰা ধন লুটাৰ স্বাৰ্থতে ধৃত প্ৰাক্তন সেনা জোৱান মোহন কছাৰীয়ে গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰে। |
Assamese | as | ৰাণু মণ্ডলৰ সুৱদী কন্ঠত মুগ্ধ হৈ ভাইজান ছলমানে এই উপহাৰ দিয়া বুলি চৰ্চা হৈছে। বহুতে ইয়াকো কৈছে যে, ছলমানৰ আহিবলগীয়া ছবিৰ বাবে চুক্তি কৰাইছে ৰাণু মণ্ডলক। কিন্তু আঁচল কথাতো হল ছচিয়েল মিডিয়াত প্ৰচাৰিত এই সকলো খবৰ মিছা। শেহতীয়াকৈ টাইমছ অফ ইণ্ডিয়াই সদৰি কৰিছে এই তথ্য। |
Assamese | as | ইফালে আজিৰ মেচখন সম্পৰ্কে নৰ্থ-ইষ্টৰ প্ৰশিক্ষক ছেট্টৰীয়ে প্ৰৱল আত্মবিশ্বাসেৰে কয়, ‘প্ৰথম মেচখনত দুজনকৈ খেলুৱৈৰ আঘাত সত্ত্বেও আমি মেচ জিকিছো। আমি ফাইনেল খেলাৰ লক্ষ্যৰেই আহিছো। গতিকে মেচ জিকিহে উভতিম’। |
Assamese | as | মোহন ভাৱৰীয়াই তেওঁৰ প্ৰাথমিক শিক্ষা কৈহাটীৰ ২২২নং নিম্ন বুনিয়াদী বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলিছিল। অৱশ্যে পিতৃৰ বিয়োগৰ পিছত তাৰ অন্ত পৰে। |
Assamese | as | >> 02015/02016 মুম্বাই-পুনে-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০মে’, ২০২১লৈ বাতিল কৰা হৈছে। |
Assamese | as | উল্লেখ্য পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰে অসম তথা দেশৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহ ব্যক্তিগত খণ্ডলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে৷ অসমৰ তেল শোধানাগাৰো ব্যক্তিগত কোম্পানীসমূহৰ হাতত বিক্ৰী কৰিব বিচৰাৰ সময়তে পুনৰ ৰে’ল সেৱা ব্যক্তিগত খণ্ডলৈ নিব বিচৰা কাৰ্যই ৰে’ল বিভাগৰ কৰ্মচাৰী সকললৈ বিপদ কঢ়িয়াই আনিছে৷ |
Assamese | as | মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ |
Assamese | as | দোকানীসকলৰ মতে বহুতো পুৰণি দোকান পৰ্যন্ত উচ্ছেদ কৰি নিবনুৱা হ’বলৈ বাধ্য কৰিছে প্ৰশাসনে, গতিকে তেওঁলোকে উগ্ৰপন্থী আৰু নক্সাল হ’ব। নক্সাল হ’বৰ বাবে শপতগ্ৰহণৰ ভিডিঅ’ ভাইৰেল হৈ পৰে নিমিষতে। |
Assamese | as | শিৱসাগৰৰ মাহমৰা সমষ্টিৰ বিধায়ক আছিল গগৈ। |
Assamese | as | মাৰ খং-মিশ্ৰিত প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই থকা দেখিহে নিজৰ হাতখনলৈ চালো। চাই উচাপ খাই উঠিলো। ই কি!!! |
Assamese | as | বুধবাৰে এনেদৰে কাৰাবন্দীকেইজনৰ আত্মীয়সকলক ধৰি নিয়া বুলি কোৱা হৈছে। তেওঁলোকৰ নাম পৰিচয় আদি অৱশ্যে সদৰী কৰা হোৱা নাই। |
Assamese | as | তা আখৰৰ ছোৱালীৰ নাম: |
Assamese | as | আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণত চমক সৃষ্টি কৰা আৰু ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত দেখুওৱা প্ৰদৰ্শনৰ পাছত টী-২০দললৈ উভতিছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্টো। |
Assamese | as | কোন নেতাই কাৰ কি কি টোপ গিলে সেয়া বহু সময়ত আন্ধাৰতে ৰৈ যায় । বুজি পোৱা জনে বুজিব পাৰে হতাশাত পৰি উছুপি উঠা নেতাৰ মৰ্ম বেদনা । মন্ত্ৰী বিধায়ক হোৱাৰ সপোন কাৰনো নাথাকে । ৰাজনীতি কোনে কিহৰ বাবে কৰে সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই পৰিস্ফুট । |
Assamese | as | ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত দেশৰ ৫ ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপি দলে কিমান খৰচ কৰিলে? দেশৰ আটাইতকৈ ধনাধ্য ৰাজনৈতিক দল হোৱাৰ উপৰিও কেন্দ্ৰত শাসন কৰি থকা বিজেপিয়ে এই উপ-নিৰ্বাচনত স্বাভাৱিকতে আন দলতকৈ অধিক ধন খৰচ কৰাৰ সম্ভাৱনাই অধিক আছিল। কোৱা হয় ধনৰ বলৰেই বিজেপিয়ে চকুত লগাকৈ প্ৰচাৰ চলাই আৰু প্ৰচাৰৰ বলতেই সাধাৰণ ৰাইজৰ দৃষ্টি ... |
Assamese | as | কিন্তু মাৰপিট কৰা সময়ৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বিধায়কজনৰ স্থিতিক লৈ চৰ্চা হৈছে। ভিডিঅ’টোৰ দৃশ্যই ইয়াক ম’ৰেল পুলিচিঙৰ ঘটনা বুলি ভাবিবলৈ মানুহক বাধ্য কৰাইছে। আনহাতে যুৱকজনক আগুৰি লৈ মাৰপিট কৰি থকা উত্তেজিত জুমটোৰ মাজত ব্যক্তিগত সুৰক্ষাকৰ্মীৰ সহিতে বিধায়কজনকো দেখা গৈছে। |
Assamese | as | গেংটকৰ সমীপৰ ৰেন’ক-পাকয়ং পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্থ হোৱা গাঁওবাসীয়ে বুধবাৰে উপযুক্ত ক্ষতিপূৰণৰ দাবীত এটা প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ- প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গান দি ২০১৩ৰ ভূমি অধিগ্ৰহণ আইন অনুসৰি ক্ষতিপূৰণৰ দাবী জনায়। আনহাতে প্ৰতিবাদকাৰীসকলে এই পথ সম্প্ৰসা... |
Assamese | as | ডিজিটেল সংবাদ মঙলদৈঃ কোভিড পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ উদ্ধৰ শয্যাগত মাতৃ মনোমতী দেৱীৰ খবৰ ল’বলৈ দেওৰমনৈ বড়িগাওঁত উপস্থিত হয় অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ বছৰৰ উৰ্ধৰ মাতৃ কিছু দিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্য... |
Assamese | as | অখিল গগৈয়ে মাজে সময়ে দুই এক ভুলো কৰিছে। মানুহে তেখেতকো সমালোচনা কৰিছে। মাজতে অখিল গগৈক সমালোচনা কৰাটো ট্ৰেণ্ডৰ দৰে হৈছিল। তেনে এটা দিনতে 'প্ৰাগ য়ুথ কনক্লেভ'ত কিছু সতীৰ্থৰ লগত যাওঁতে ,অখিল গগৈক এবাৰ লগ পাইছিলো, মানে এবাৰেই লগ পাইছো। প্ৰথম লগ পাইয়ে মই কৈছিলো, "স্কুলত পঢ়ি থাকোতে আপোনাৰ নামটো প্ৰথম শুনিছিলো। তেতিয়া সকলোৱে... |
Assamese | as | চাইবাৰজনিত অপৰাধ কেনেদৰে ৰোধ কৰিব পাৰি বা কেনেদৰে সজাগ হ’ব পাৰি এই বিষয়ে শিবিৰত আলোচনা কৰা হয়। এই সজাগতা শিবিৰত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বাণিজ্য বিভাগৰ অধ্যাপক, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ প্ৰকল্প বিষয়া, সভাপতিৰ লগতে সম্পাদক উপস্থিত থাকে। |
Assamese | as | সিংহাসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুসৰি ৰবিবাৰে প্ৰাতঃ প্ৰসংগ,ঊষা কীৰ্ত্তন, পতাকা উত্তোলন,বন্তি প্ৰজ্বলনৰ অন্তত ধৰ্মীয় ৰীতি-নীতিৰে নামঘৰৰ মণিকূটত সিংহাসন প্ৰতিষ্ঠা কৰা হ'ব । ইয়াৰ পাছতে মূৰ্তি উন্মোচন,শৰাই উৰ্চগা, নাম-খোল প্ৰসংগ আৰু দাতাসকলক সম্বৰ্ধনা জনোৱা হ'ব । নিশা বিশিষ্ট সমাজকৰ্মী তথা পৰিচালক নাৰায়ণ হাজৰিকাৰ পৰিচালনাত... |
Assamese | as | পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটকে ধৰি বিভিন্ন স্থানত দুগ্ধপাম পৰিচালনাৰ ক্ষেত্রত স্থলপথেৰে দীঘলীয়া যাত্রা কৰিবলগীয়া হয় কৃষক ভইৰে৷ এই দীঘলীয়া যাত্রা হ্রাস কৰাৰ বাবে এজন বন্ধুৰ পৰামর্শ মতে ভইৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে হেলিকপ্ঢাৰখন ক্রয় কৰে৷ স্থানীয় সাংবাদিকৰ আগত ভইৰে বন্ধুজনৰ পৰামর্শ মতে ব্যৱসায়ৰ খাটিৰত ভ্রমণ সহজ... |
Assamese | as | আনহাতে স্বাধীনতাৰ সময়ছোৱাত পূব পাকিস্তানৰ সৈতে অসমক চামিল কৰিবলৈ মুছলিম লীগে কৰা ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈও আহ্বান জনাইছিল দলবীৰ সিং লোহাৰে। |
Assamese | as | ২২. ফাঁচীবজাৰত ফাকুৱা উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সহস্ৰাধিক লোকৰ উপস্থিতিত উৎসৱ স্থলীৰ পৰা ৰাজ্যবাসীলৈ ফাকুৱাৰ শুভকামনা মুখ্যমন্ত্ৰীৰ। |
Assamese | as | মুন অসম নামত থকা ফেচবুক একাউণ্টটোৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম বিৰোধী আখ্যা দি পিছ পিছকৈ কাটিম বুলি লম্ফ-জম্ফ কৰা এই ছাত্ৰজনৰ প্ৰকৃত নাম মনোৰঞ্জন বৰুৱা। |
Assamese | as | গুৱাহাটী ঃ ষ্টাফৰিপ’র্টাৰ, ২০ ছেপ্টেম্বৰ ঃ অনাগত ৰাজ্য সভাৰ উপ-নির্বাচনত প্রার্থী নিদিয়ে কংগ্রেছে৷ আজি এই কথা স্পষ্ট কৰি দিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ গুৱাহাটীত সাংবাদিকৰ আগত বৰাই কয় যে যিহেতু ৰাজ্য সভাৰ এখন আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব, সেয়েহে বিৰোধী দল হিচাপে কংগ্রেছে প্রার্থী থিয় নকৰোৱাৰ সিদ্ধান্ত ... |
Assamese | as | পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নামতো ফেক টুইটাৰ একাউণ্ট খুলিবলৈ ভয় নকৰা হৈছে একাংশ কূট বুদ্ধিৰ লোকে। তেনে লোকসকলে পাহৰি পেলাই যে ইণ্টাৰনেটৰ পৃথিৱীত ছ’চিয়েল মিডিয়াত একাউণ্ট খুলি কু-কৰ্মত লিপ্ত হোৱাতো যিমান সহজ, তেনে কাম কৰি ধৰা পৰাটোও অতি সহজ। কিয়নো ইণ্টাৰনেট শব্দৰ অৰ্থই হৈছে এখ... |
Assamese | as | হাজৰিকাই কয় যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন আৰু ভেকচিন দুটা বেলেগ বিষয় । ভেকচিন প্ৰদান প্ৰক্ৰিয়া অসম চলিয়েই আছে । অৱশ্যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিজেপি নেতা কৰ্মীয়ে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিছে । |
Assamese | as | : প্ৰথম কথা, ভগবানে মোক মাতি আনিলে৷ দ্বিতীয়তে, তাহানিতেও বেবলিনা মোৰ বন্ধু ৰঞ্জনৰে গাৰ্লফ্ৰেণ্ড আছিলে আৰু আজিও তেওঁৰেই পত্নী। চকুৰে দেখাও সকলো কথা সচাঁ নহয়, আভৰণ দেখি অন্তৰ বুজিব নোৱাৰি। |
Assamese | as | আজি আবেলি তেজপুৰৰ আদালতত হাজিৰ কৰোৱাৰ অভিযুক্ত বিপিন বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে। |
Assamese | as | কৃষকৰ পৰা অতি কম দামত মধ্যভোগীয়ে পাচলি ক্ৰয় কৰি অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়, অৰুণাচল, মিজুৰাম আদি ঠাইত কেইবাগুণ বেছি দামত বিক্ৰী কৰি লাভৱান হোৱাৰ বিপৰীতে বছৰটোত কোৱল এটা ফচলৰ জৰিয়তে উপাৰ্জন কৰি ঘৰ চলোৱা কৃষকসকল জৰুলা হৈ পৰিছে। কৃষক সকল উচিত মূল্য পোৱাৰ বাবে বিগত চৰকাৰে বিভিন্ন ঠাইৰ লগতে খাৰুপেটীয়াতো "আমাৰ দোকান" নাম... |
Assamese | as | ১১. মিজোৰামত দেওবাৰে সন্ধিয়া ৫.২৬বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ইয়াৰ প্ৰাৱল্য আছিল ৪.৬। |
Assamese | as | ধুমুহাত বিধ্বস্ত লাহৰীঘাটৰ হিন্দু-মুছলমানৰ ঐক্যৰ নিদৰ্শন শিৱ মন্দিৰ |
Assamese | as | আনহাতে আছু নেতৃত্বই মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচিৰ সন্দৰ্ভত মন্তব্য কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া দায়িত্বহীন মন্তব্য বুলি কৈ উচ্চ ন্যায়ালায়ক অমান্য কৰিছে বুলি কৈ বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায় আছুৱে৷ স্মৰ্তব্য যে, যোৱা ৩ জানুৱাৰীত অসমৰ এনআৰচি বিষয়ত মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ বিৰভূমৰ আহমেদপুৰত এখন ৰাজহুৱা সভাত ১... |
Assamese | as | শেহতীয়াকৈ তপন গগৈকে আদি কৰি বহু কেইজন আছুৰ শীৰ্ষ নেতাই আছু ত্যাগ কৰি অগপত যোগদানৰ পৰিৱৰ্তে যোগদান কৰিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত ৷ বৃহস্পতিবাৰে অসম ছাত্ৰ পৰিষদ গঠনৰ সময়ত এই কথা সদৰি কৰিলে দলটোৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ ভাষণত ফণী ভূষণ চৌধুৰীয়ে কয় যে, ‘আছুৰ পৰা শেহতীয়াকৈ আমাক আশাহত কৰি বহু ছ... |
Assamese | as | : বাৰু যোৱা৷ জনাম তোমাক৷ |
Assamese | as | নাহৰফুটুকীৰ আক্ৰমণৰ পৰা কেইবাজনো লোকক ৰক্ষা কৰা আনোৱাৰ আলীক যোৱা দেওবাৰে আৰক্ষীয়ে ৩০০০ টকাৰে পুৰস্কৃত কৰিছিল। |
Assamese | as | ‘‘ভগৱান শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত বজোৱা বাঁহীৰ মাত শুনিলে গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে’’এই মন্তব্য অসমৰ বিজেপিৰ বিধায়ক দিলীপ কুমাৰ... |
Assamese | as | প্ৰাচীনতম গাণিতিক প্ৰতিলিপিৰ মাজৰ এটি হ'ল ইয়েল বেবিলনিয় সংকলন, য'ত ২ৰ বৰ্গমূলৰ সঠিক সাংখ্যিক আসন্ন মান দিয়া আছে, যি একক বৰ্গখেত্ৰৰ কৰ্ণৰ দৈঘ্য, ত্ৰিভুজৰ বাহুৰ দৈঘ্য পৰিমাপ কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰোপৰি জ্যোতিৰ্বিদ্যা, গৃহ নিৰ্মাণৰ কামত বা অন্যান্য নিৰ্মাণবিদ্যাত ইয়াৰ ব্যৱহাৰ হয়। |
Assamese | as | ঘোঁৰাত দেৱীৰ আগমনক লৈ চিন্তীত পুৰোহীত বিন্দ |
Assamese | as | এতিয়া বাহনৰ নথি পত্ৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট(আৰ চি), ড্ৰাইভিং লাইচেন্স (ডি এল), প্ৰদূষণৰ প্ৰমান পত্ৰকে ধৰি সকলো নথি মোবাইল নম্বৰৰ সৈতে সংযোগ কৰাটো জৰুৰী হ’ব। |
Assamese | as | এইবেলি ২৮ সংখ্যক বর্ষত ভৰি দিয়া মাণ্ডলিক লাংফেৰ হাৱাৰ কাৰবি যুৱ মহোৎসৱ, ৱলংকম আজি’ত ছিঙ্গাপুৰ আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল, অষ্ট্ৰেলিয়া আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল , বুচান আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল (দক্ষিণ কোৰিয়া) আদিত আমন্রিত হৈ কাৰবি কথাছবি প্রদর্শন কৰি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই অনা বিশিষ্ট পৰিচালক খঞ্জন কিশোৰ নাথ... |
Assamese | as | ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে লগে লগে এই কথা সেনাক অৱগত কৰাত জাঠ ৰেজিমেণ্টৰ এটা দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ ৰাওনা হয়। চুবেদাৰ ৰাম আৰু হাবিলদাৰ অশোক ভাস্কৰৰ নেতৃত্বত ঘটনাস্থীলত উপস্থিত হোৱা দলটোৱে কিঞ্চিতো সময় নষ্ট নকৰি নৈত জঁপিয়াই উটি যাবলৈ ধৰা মহিলাগৰাকীক তত্পৰাতাৰে উদ্ধাৰ কৰে। এনেধৰণে সেনাই কিছুদিন পূৰ্বে গোৱালপাৰাৰ ধূপধৰাত বহ... |
Assamese | as | হোষ্টেলৰ প্ৰতিটো দিশ মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে। |
Assamese | as | পৰৱৰ্তী সময়ত সমীপতে থকা আন এটা পৰিয়ালৰ ঘৰত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে ঘৰখনৰে এজন বৃদ্ধক। লগতে ঘৰখনৰ এগৰাকী যুৱতীক চুলিত ধৰি টানি বহু দূৰ চোচৰাই নিয়াৰ লগতে যুৱতীগৰাকীক চলালে নিৰ্যাতন। ঘৰখনৰপৰা এহাল গৰু বিক্ৰী কৰি পোৱা ধনৰ লগতে আহত বৃদ্ধজনে পোৱা পেঞ্চনৰ টকাসহ প্ৰায় এক লক্ষাধিক টকাৰ লগতে বহু... |
Assamese | as | দেওবাৰে উন্মোচন হোৱা আন এখন গ্ৰন্থ হৈছে প্ৰীতিৰেখা বৰাৰ- তেজেৰে ধূসৰিত কাশ্মীৰ। ভূস্বৰ্গ কাশ্মীৰত কিছু পৃথক ভাৱে উপস্থাপনৰ লগতে কেইবাটাও দিশ সামৰি এই গ্ৰন্থখন লিখি উলিওৱা বুলি লেখিকাই জানিবলৈ দিয়ে। প্ৰীতিৰেখা বৰাৰ প্ৰথম গ্ৰন্থখনি উন্মোচন কৰে শিক্ষাবিদ, লেখক ড০ জগদীশ পাটগিৰিয়ে। গাভীৰ্যপূৰ্ণ এই অনুষ্ঠানত উপস্থিত থাকে ৰেখ... |
Assamese | as | বৰ্তমান সময়লৈকে গুৱাহাটীত প্ৰায় ৫ হাজাৰ নমুনা সংগ্ৰহ কৰা হৈছে ১২টা চেণ্টাৰত।ফলাফল ওলাইছে প্ৰায় ৩হাজাৰৰ। |
Assamese | as | নমতা বিয়া খাবলৈ গৈ হোৱা লটিঘটি-অগ্নিভ দত্ত |
Assamese | as | বিশ্বনাথ চাৰিআলিৰ আছু কাৰ্যালয়ৰ পৰা শ্বহীদৰ পৰিয়ালৰ সদস্যই হাতে হাতে বঁটা সমূহ লৈ বিশ্বনাথৰ নগৰৰ মাজেৰে সমদল কৰি আহি উপস্হিত হয়হি উপায়ুক্তৰ কাৰ্যালত । ইয়াৰ পিছতে উপায়ুক্তৰ সভাকক্ষত শ্বহীদৰ পৰিয়াল সকলে সৰ্বানন্দ চৰকাৰে প্ৰদান কৰা সন্মান সমূহ পুনৰ চৰকাৰক উভতাই দি তেওলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ জনায়। এগৰাকী শ্... |
Assamese | as | ডিজিটেল সংবাদ, বকোঃ শুকুৰবাৰে নিশা বৰষুণৰ লগতে হোৱা প্ৰচণ্ড ধুমুহা-বতাহে কামৰূপ জিলাৰ বকোত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । ঘটনাৰ বিৱৰণী অনুসৰি বকো থানাৰ অন্তৰ্গত বন্দাপাৰাত নিশা প্ৰায় ১২বজাত বৰষুণৰ লগতে হোৱা প্ৰচণ্ড ধুমুহা-বতাহে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান , পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বি... |
Assamese | as | ব্যৱসায়ী সকলে অভিযোগ কৰা মতে এই ল’কডাউন, আনল’কৰ দৰে জটিল সন্ধিক্ষণ ব্যৱসায়-বাণিজ্য খুবেই বেয়া হৈছে। তেনেস্হলত ব্যৱসায়ীসকলোৰ পৰা শাক-পাচলি কিনাৰ সময়তো বজাৰ সমিতিক মাচুল দিব লগা হয় আৰু বিক্ৰী কৰাৰ সময়তো ধন দিব লগীয়া হোৱাত ব্যৱসায়ী সকলে একপ্ৰকাৰ লোকচানৰ সন্মুখীন হৈছে। |
Assamese | as | ই কেনভানাছ, পোৱেৰ্ট ৰিকৰ চৰকাৰী ফুল। |
Assamese | as | পৰিচয় আৰু পৰিয়াল. |
Assamese | as | (২) শিশুৰ অনুশাসন সম্বন্ধীয় সচেতনতা আৰু স্বাস্থ্যৰক্ষা সম্বন্ধীয় প্ৰাথমিক জ্ঞান দিবৰ বাবে নাৰ্চাৰি পৰ্যায়ৰ শিক্ষা বিশেষ সহায়কাৰী। এনেবিধ শিক্ষাই শিশুক নিজ পৰিৱেশৰ লগত ভালদৰে খাপ খুৱাই লোৱাত আৰু উপযুক্তভাৱে প্ৰতিক্ৰিয়া কৰাৰ বাবে সাহসী কৰি তোলে। |
Assamese | as | আয়ে ভোজন বুলি লয়।’ |
Assamese | as | ২-৩ দিনৰ বাবে বিহুৰ সময়ত খুলিব পাৰে সুৰাৰ বিপণী। |
Assamese | as | দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ এবছৰমান আগতে ৰাছেলে তেওঁৰ তিনিটি পুত্ৰ আৰু পত্নীসহ আমেৰিকালৈ যায় আৰু প্ৰায় ছবছৰ কাল তাত বসবাস কৰে। এই সময়ছোৱাতে ৰাছেলে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ উপৰিও ’কলেজ অব নিউইয়ৰ্ক চিটি’ৰ দৰ্শন বিভাগৰ অধ্যাপক হৈ থাকে। ইয়াৰোপৰি তেওঁ হাৰ্ভাৰ্ড আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়তো বক্তৃতা দান কৰে... |
Assamese | as | ৰাষ্ট্ৰপতি ৰামনাথ... |
Assamese | as | চোৰাংচোৱাৰ ওপৰত প্ৰশ্ন উত্থাপিত |
Assamese | as | যোৰহাটঃ যোৰহাটৰ JDA ৰ চৰকাৰী ভূমি কেলেংকাৰীয়ে তোলপাৰ লগাইছে ৰাজনৈতিক মহলত৷ এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই... |
Assamese | as | কৃষিসামগ্ৰী বিপণনৰ মুল সমস্যাসমুহ হ’ল - |
Assamese | as | আইডিইএএছত বেলেঞ্চ আৰু লেন দেন এটা অনলাইন মাধ্যমত আপডেট হয় যদিও প্ৰকৃত সময় সাপেক্ষ নহয়। যিয়েই নহওক কিয়, কিছুমান কাৰিকৰী কথাৰ বাবে, শেষৰ আধা ঘণ্টাতো কিছু তথ্য আপডেট হয়। ইউজাৰসকলে শেহতীয়া স্থিতি তেওঁলোকৰ ডিপিসকলৰ সৈতে মিলাই চাব পাৰে । |
Assamese | as | গুৰুত্বপূৰ্ণ ৫ নথিৰ গ্ৰহণযোগ্যতাক লৈও উচ্চতম ন্যায়ালয়ত হ’ব শুনানি৷ |
Assamese | as | পূৰ্বৰ তিনিটা পৰ্যায়ৰ লকডাউনৰ গৰিষ্ঠসংখ্যক নীতি-নিয়ম প্ৰযোজ্য ৰাখিয়েই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ নিয়মবোৰ ধাৰ্য কৰা হৈছে। কিন্তু এই লকডাউনত কেন্দ্ৰৰ পৰিৰ্ৱতে বহু সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাজ্যক অধিকাৰ প্ৰদান কৰা হৈছে। |
Assamese | as | কেতিয়াবা কেতিয়াবা ইয়াতকৈ অধিক ভ্ৰমাত্নক চিন্তাই মনত বাহ লয়। এই চিন্তা হ’ল- তেওঁৰ নিশ্চয় নপুংসকতাৰ চিকাৰ হৈছে। পৰিমাণস্বৰূপে নিজেই নিজকে ভয়াবহ পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়ে। ব্যক্তিৰ ভৱিষ্যত অন্ধকাৰময় যেন বোধ হয়। এই পৰিস্থিতিৰ পৰিত্ৰাণ বিচাৰি যৈনশক্তিবৰ্ধক ঔষধ খাবলৈ লয়- যিটো অত্যন্ত ক্ষতিকাৰক।শীঘ্ৰপতনৰ সমস্যা দূৰ কৰিবলৈ মা... |
Assamese | as | ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ নৱ গঠিত কোকৰাঝাৰ জিলা সমিতিৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভা দেওবাৰে অনুষ্ঠিত হয়৷ কোকৰাঝাৰ চহৰস্থিত পৰি ৰেষ্টুৰেণ্টৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত সংখ্যালঘুু ৰাইজৰ সামাজিক, শৈক্ষিক দিশক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ |
Assamese | as | মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। |
Assamese | as | গ্রীন বাড৲ছ ছ’চাইটিৰ সম্পাদক দেৱজিৎ মৰাণে দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত থকা অইল ইণ্ডিয়াৰ পৰিত্যক্ত খাদসমূহ মুক্তভাৱে ৰাখি থোৱাত উদ্বেগ প্রকাশ কৰিছে৷ কাৰণ তেনে মুক্ত খাদৰ বর্জিত পদার্থই পৰিৱেশৰ প্রতি ভাবুকি সৃষ্টি কৰিছে৷ অভয়াৰণ্যৰ ভিতৰত তেনে স্থানৰ প্রদূষিত পানী খাই বহু বন্যপ্রাণীৰ মৃতু্য হয়৷ তেওঁ অইল কর্তৃপক্ষক তেওঁলোকৰ... |
Assamese | as | হ্ৰাস হ’ব পাৰে খোৱা তেলৰ মূল্য, কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিলে এনে পদক্ষেপ |
Assamese | as | ভাৰতীয় প্ৰেছ ব’লাৰ জে বুমৰাহক লৈ কৰিলে প্ৰশংসা। |
Assamese | as | নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ বাংলাদেশত অসমৰ পৰম্পৰাগত বস্ত্রৰ চাহিদা বাঢ়িছে৷ এই কথা প্রমাণ পোৱা গ’ল ঢ়াকাত অনুষ্ঠিত চাৰিদিনীয়া অসমৰ বস্ত্র প্রদর্শনী এক্সপ’ত৷ বৃহস্পতিবাৰৰ শেষৰ দিনা অসমৰ থলুৱা বস্ত্র প্রদর্শনীত যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই বস্ত্র প্রদর্শনীত বাংলাদেশৰ ব্যৱসায়ীয়ে ২ কোটিৰো অধিক টকাৰ অস... |
Assamese | as | আনহাতে এন আই এছ স্বীকৃতিপ্ৰাপ্ত এগৰাকী ফুটবল প্ৰশিক্ষক হিচাপেও খাকলাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। |
Assamese | as | কাঞ্চনজংঘা (নেপালী: कञ्चनजङ्घा) হৈছে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ। ই ভাৰত আৰু নেপালৰ সীমাত অৱস্থিত।[3] ইয়াৰ উচ্চতা প্ৰায় ৮৫৮৬ মিটাৰ। হিমালয় পৰ্বতৰ এই অংশটোক কাঞ্চনজংঘা হিমল বোলা হয়। ইয়াৰ পশ্চিমে তামূৰ নদী, উত্তৰে লহনাক চু নদী আৰু জংচং লা শৃংগ, আৰু পূবে তিষ্টা নদী অৱস্থিত।[1] কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্টৰ ১২৫ কিঃমিঃ ... |
Assamese | as | বিবাহিত সুবিৰ প্ৰেমত পৰিছিল শিৱসাগৰৰ এগৰাকী যুৱতীৰ সৈতে। গতিকে নতুন প্ৰেয়সীক বিয়া কৰাবলৈ প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পত্ৰত পাৰিবাৰিক ন্যায়ালয়ৰ ন্যায়ধীশৰ জালি চহী কৰিছিল ব্যক্তিজনে। বিবাহৰ বাবে প্ৰস্তাৱ দিয়া প্ৰেয়সী ন্যায়াধীশৰ কাষ চপাত ওলাই পৰিল জুলুঙাৰ মেকুৰি। |
Assamese | as | অসম নামৰ উৎপত্তি |
Assamese | as | আনহাতে, সেই একেখন সংবাদমেলত উপস্থিত থাকি টেকনিছৰ আহ্বায়ক সুৰজ শ্বেলকে কয় “বিশ্বৰ আটাইতকৈ লজিকেল আৰু প্রযুক্তিগতভাৱে দক্ষ মস্তিষ্কৰ কিছু লোকৰ সংগম, প্ৰযুক্তিক লৈ মনোযোগী কিছুসংখ্যক আই আই টিয়ানে অনুষ্ঠিত কৰা এক অনুষ্ঠান, টেকনিছে প্ৰদৰ্শন কৰিব আপোনাৰ শক্তি, য’ত আপোনাৰ প্ৰতিপক্ষক সম্মান প্রদর্শন কৰাৰ লগতে তেওঁলোকৰ শক্তিকো... |
Assamese | as | কিন্তু বিশ্বনাথৰ এখন চাহ বাগিচাত যেন সেই লকডাউন আজি অসাৰ হ'ল। ইয়াৰ কাৰণ হ'ল পেটৰ ভোক। হয়, পেটৰ ভোকৰ বাবে বিশ্বনাথৰ বাঘমাৰি চাহ বাগিচাৰ শ শ শ্ৰমিক ওলাই আহিল লক ডাউন ভংগ কৰি। মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ বাঘমাৰি চাহ বাগিচাৰ শ্ৰমিকসকলে এমুঠি চাউলৰ বাবে ওলাই আহি আজি হাহাকাৰ কৰে। |
Assamese | as | ভাস্কৰ বৰুৱা– তেওঁলোক দুয়ো এই পৃথিৱীত নাই। |
Assamese | as | ‘ৰদবদলেৰে চৰকাৰ যথেষ্ট সক্রিয় বুলি দেখুৱাব খুজিছে।’ |
Assamese | as | মই যেতিয়া এইম৲ছৰ জ্যেষ্ঠ চিকিৎসক এজনৰ লগত কথা পাতিছিলোঁ বুলি ক’লোঁ বন্ধুজনে তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি ক’লে– ‘দেখিলে, আমাৰ ইয়াৰ ডাক্তৰে কিবা এটা সুধিলতে মাত এষাৰ দিবলৈকে টান পায়৷ অথচ সেইজন দিল্লীৰ ডাক্তৰে আপোনাৰ লগত ইমান সুন্দৰভাৱে কথা পাতে৷ সেই কাৰণে বেছিভাগ মানুহেই আজিকালি সৰু বেমাৰ এটা হ’লেও চিকিৎসাৰ বাবে বাহি... |
Assamese | as | এতেকে এই চাৰিৰ কোনো এক ত্ৰুটিযুক্ত পশুৰ দ্বাৰা কুৰবাণী সিদ্ধ নহয়। ইবনে কুদামাহ (ৰহ.)য়ে কৈছে, ‘এই বিষয়ে কোনো মতভেদ আমি নাজানো। ’ |
Assamese | as | জীয়াভৰলী নৈত অবাধ খননকাৰ্য অব্যাহতঃ জীৱকূললৈ ভাবুকি |
Assamese | as | অগ্নিকাণ্ডটোত এতিয়ালৈকে প্ৰায় ৫৬জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে বহুতেই গুৰুতৰভাৱে আহত হৈছে। |
Assamese | as | বাগিচা এলেকাসমূহ বীজাণুমুক্তকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ বাগিচাৰ আছুতীয়াকৰণ কেন্দ্ৰসমূহত বিদ্যুৎ, খোৱা পানী, শৌচাগাৰ আদিৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত গুৰুত্ব দিয়াৰ নিৰ্দেশ দিয়ে। |
Assamese | as | অভয়াপুৰীঃ ৰক্ত দান মহান দান৷ এটোপাল ৰক্ত হৈ পৰিব পাৰে কাৰোবাৰ বাবে জীৱন দান স্বৰূপ৷ এই কামৰ মহত্ব তেতিয়াহে বুজা যায় যেতিয়া নিজৰ কোনো এটোপাল মাত্ৰ তেজৰ কাৰণে জীৱন আৰু মৃত্যুৰে যুঁজে৷ বুধবাৰে বঙাইগাঁও জিলাৰ অন্তৰ্গত ভয়াপুৰীত ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়। |
Assamese | as | শিৱসাগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চূণপুৰা-চেৰেকাপাৰা পথৰ হাঁহচৰা শিৱমন্দিৰৰ সমীপত সংঘটিত ভয়ংকৰ দুর্ঘটনাত আহত হৈছে দুজন লোক। প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে পুৱাৰ ভাগত চূণপুৰা দিশৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল As-০৪ s৮০৭১ নম্বৰ এখন নীলা ৰঙৰ টাটা হেক্সাৰ। এই গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই মন্দিৰৰ সমীপত পথৰ দাঁতিত থকা এজোপ... |
Assamese | as | ধান কটাৰ পাছত নৰাবোৰ গুটাই জুই জ্বলাই দিব লাগে |
Assamese | as | শ্বাহে অভিযোগ কৰে যে তৃণমূল এন ডি এ’ৰ অংশীদাৰী দল হৈ থাকোতে মমতা বেনাৰ্জীয়ে অবৈধ অনুপ্ৰৱেশৰ বিৰোধিতা কৰিছিল। |
Assamese | as | তেওঁ আৰু কয়, ‘নতুন শিক্ষা নীতিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাক আৰ.এছ.এছ বিজেপিৰ বহতীয়ালৈ পৰিণত কৰিব।‘ |
Assamese | as | কলকাতাৰ শ্যামা প্রসাদ মুখার্জী বন্দৰ আৰু হালদিয়া বন্দৰৰ বাবে কেন্দ্রীয় চৰকাৰে ১৭২ কোটি, ১৪৮ কোটি আৰু ৩৪ কোটি টকা প্রকল্প ব্যয় নিৰূপণ কৰিছে৷ কলকাতাৰ খিদিৰপুৰ ঘাটত কেন্দ্রীয় জাহাজ মন্ত্রীগৰাকীয়ে ৰপ্তানি বাণিজ্যৰ বাবে অহা কণ্টেইনাৰ ফ্লেগ অফ৲ কৰে৷ শ্যামা প্রসাদ মুখার্জী বন্দৰত বিভিন্ন ডিজিটেল ব্যৱস্থা, ব্যাৱসায়িক সুচলতাৰ ব... |
Assamese | as | ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক প্ৰশংসা কৰি এনে ক্ৰিকেটাৰ দশকত মাত্ৰ এজনেহে জন্ম... |
Assamese | as | অনুষ্ঠানৰ আৰম্ভণিতে সমাজ কর্মী নৃপেন গগৈয়ে বন্তি প্রজ্বলন কৰি আহোম ৰাজত্ব কালৰ এক বিস্তৃত্ব বর্ণনা দাঙি ধৰি কয় য়ে, অসমীয়া জাতিৰ পৰিচয়, অসমীয়াৰ ভৱিষ্যৎ স্বর্গদেও চ্যুকাফাৰ আদর্শ ওপৰতেই নিহিত হৈ আছে। |
Assamese | as | আনকি খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়, গান্ধীজী প্ৰাথমিক বিদ্যালয়, হাতীচোং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত তথা কোঁচৰগাঁও, দৰঙীয়াল আৰু চমুৱাগাঁৱৰ নামঘৰৰ সন্মুখত আৰু ব্ৰাহ্মগাঁও চাৰিআলিত কেইবাটাও পুখুৰী সদৃশ বৃহৎ দ গাঁতৰ সৃষ্টিৰে পথটো একপ্ৰকাৰে যাতায়াতৰ বাবে বিপদজ্জনক হৈ পৰা দেখা গৈছে৷ |
Assamese | as | আনহাতে সাংসদ আৰু বিষয়াসকলৰ মাজত সম্পর্ক অধিক শক্তিশালী কৰাত গুৰুত্ব দি তেওঁ লগতে কয় যে উপযুক্ত পৰিকল্পনা প্রস্তুত কৰি বিষয়াসকলে সাংসদসকলক সহায় কৰা উচিত৷ বৈঠকত কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, সাংসদ প্রদান বৰুৱা, তপন গগৈ, দিলীপ শইকীয়া, কুইন ওজা, হৰেণ সিং বে, কৃপানাথ মাল্লা, ৰাজদ্বীপ ৰায়, পল্লৱ লোচন ... |
Assamese | as | ২৩. দেশৰ নিৰ্বাচনী বিষয়া সুনীল অৰোৱাই মঙলবাৰে ইভিএমৰ সন্দৰ্ভত সংবাদমাধ্যমত ক’লে, ’ৰাজনৈতিক দল সমূহে হৰা জিকাক লৈ ইলেক্ট্ৰনিক ভোটিং সমূহক ফুটবলৰ দৰে ব্যৱহাৰ কৰে। |
Assamese | as | কলা শাখাত মুঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৩১ গৰাকী শিক্ষাৰ্থীয়ে। তেওঁলোক ক্ৰমে |
Assamese | as | নিদাৰুণ সময় |
Assamese | as | কিছুদিন পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১৭টিকৈ নৱজাতকৰ মৃত্যু হয়। পিছে সেই খবৰ ল’বলৈ আহৰি নহ’ল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিষয়টোক লৈ টু শব্দ এটাও নক’লে। স্থানীয় বিধায়ক হীতেন গোস্বামীয়েও এবাৰলৈও চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে... |
Assamese | as | “টিলিং“ কৈ চাইকেলৰ বেলটো বাজি উঠাত জেওৰাৰ খুটি সাজু কৰি থকাৰ পৰাই হকাৰজন আহিল নেকি বুলি উপেন হাজৰিকাই মূৰ তুলি চালে৷ পাছে হকাৰ নহয় চোন এইটো চোন সেইটো ল’ৰা যাক এটা সময়ত সেই গছৰ গুৰিৰ ল’ৰাবোৰৰ মাজত দেখা পাইছিল৷ যাৰ বিষয়ে গাঁৱৰ বৰমূৰীয়াসকলৰ লগত আলোচনা কৰি বিপথে যোৱাৰ পৰা ৰক্ষা কৰিছিল৷ |
Assamese | as | সোণাৰাম চুতীয়া (, জন্ম: ৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল। তেখেতে অসম চৰকা... |
End of preview. Expand in Data Studio
indiccorpV2-5k — 5K Samples per Language (Assignment Subset)
Stratified mini-subset of ai4bharat/IndicCorpV2
for classroom / assignment use. First 5,000 non-empty lines per language from the source
.txt files, streamed in file order (no shuffling, no filtering beyond blank-line removal).
- 24 languages, 118,243 rows. Kashmiri (
ks) has only 3,243 lines in the source — everything available was taken. data.parquet— one table with columnslanguage,code,text.- Per-language
.txtfiles (same content, one sample per line) live in the GitHub mirror. - Source license: CC-0. Original paper: Doddapaneni et al., ACL 2023 (aclanthology.org/2023.acl-long.693).
Usage
from datasets import load_dataset
ds = load_dataset("rony000013/indiccorpV2-5k", split="train")
print(len(ds), ds[0])
# filter one language
bn = ds.filter(lambda r: r["code"] == "bn")
| code | language | samples |
|---|---|---|
| as | Assamese | 5000 |
| bd | Bodo | 5000 |
| bn | Bengali | 5000 |
| dg | Dogri | 5000 |
| en | English | 5000 |
| gom | Konkani (Goan) | 5000 |
| gu | Gujarati | 5000 |
| hi | Hindi | 5000 |
| kha | Khasi | 5000 |
| kn | Kannada | 5000 |
| ks | Kashmiri | 3243 (full source file) |
| mai | Maithili | 5000 |
| ml | Malayalam | 5000 |
| mni | Manipuri | 5000 |
| mr | Marathi | 5000 |
| ne | Nepali | 5000 |
| or | Odia | 5000 |
| pa | Punjabi | 5000 |
| sa | Sanskrit | 5000 |
| sat | Santali | 5000 |
| sd | Sindhi | 5000 |
| ta | Tamil | 5000 |
| te | Telugu | 5000 |
| ur | Urdu | 5000 |
- Downloads last month
- 49